" আহমেদাবাদত দুৰ্ঘটনাগ্রস্ত বিমানখনৰ ব্লেকবক্স উদ্ধাৰ। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিলে ব্লেকবক্সটো। বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ভয়ংকৰ বিমান দুৰ্ঘটনা। একেলগে প্ৰাণহীন হৈছিল ২৬৫গৰাকীকৈ লোকৰ। "