লেজাৰ লাইট শ্ব'ৰে অন্ত পৰিল বাগুৰুম্বা নৃত্যৰ

৭বাজি ৪৪ মিনিটত লেজাৰ লাইট শ্বৰে অন্ত পৰিল বাগুৰুম্বা নৃত্যৰ। সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰ’ল ঐতিহাসিক ক্ষণৰ।

author-image
Asomiya Pratidin
New Update
bodo
  • ৭বাজি ৪৪ মিনিটত লেজাৰ লাইট শ্বৰে অন্ত পৰিল বাগুৰুম্বা নৃত্যৰ।
  • সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰ’ল ঐতিহাসিক ক্ষণৰ।
  • ১০ হাজাৰৰো অধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত বাগুৰুম্বা নৃত্যই মোহিত কৰিলে অসংখ্য লোকক।
  • বিহু, ঝুমুইৰৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ বড়ো লোকনৃত্যই পালে অনন্য মৰ্যাদা।
  • বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ বাগুৰুম্বাৰ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই আনন্দিত মনে নৃত্য উপভোগ প্ৰধানমন্ত্ৰী মোডীৰ।
নৰেন্দ্ৰ মোডী ড০ হিমন্ত বিশ্ব শৰ্মা বড়ো