সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ অভিৱৰ্তন সম্পন্ন

ডিব্ৰুগড়ৰ ডিআৰডি সভাকক্ষত অনুষ্ঠিত অভিৱৰ্তন। অভিৱৰ্তনত অনুসূচিত জাতিৰ বিভিন্ন দিশক লৈ আলোচনা।

author-image
Asomiya Pratidin
New Update
341
  • সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ অভিৱৰ্তন সম্পন্ন।
  • পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জাতীয় অভিৱৰ্তন সম্পন্ন। 
  • ডিব্ৰুগড়ৰ ডিআৰডি সভাকক্ষত অনুষ্ঠিত অভিৱৰ্তন।
  • অভিৱৰ্তনত অনুসূচিত জাতিৰ বিভিন্ন দিশক লৈ আলোচনা।
  • অভিৱৰ্তনত ৰাজ্যৰ বিভিন্ন গণ্যমান্য লোকৰ অংশগ্ৰহণ।
  • জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তীক জীৱনজোৰা সাধনা বঁটা।
ডিব্ৰুগড়