New Update
/asomiyapratidin/media/media_files/2025/06/09/HAq8pwtdgpwlEH4BcFJK.jpg)
- মহাৰাষ্ট্রৰ থানেত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
- মুম্ব্ৰা ৰে'লৱে ষ্টেচনত ৰেলৰ পৰা বাগৰি পৰে কেইবাজনো যাত্ৰী
- এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৪ জনকৈ লোক
- গুৰুতৰভাৱে আহত ৬ জনতকৈ অধিক লোক
- অতিমাত্ৰা ভিৰৰ বাবে চলন্ত স্থানীয় ৰে'লৰ পৰা বাগৰি পৰে লোক কেইজন
- আহতসকলক স্থানীয় চিকিৎসালয়লৈ প্রেৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us