আৰক্ষীলৈ গ্ৰেণেড নিক্ষেপঃ গুৰুতৰভাৱে আহত এজন, ব্যৱসায়ীক প্ৰতিষ্ঠান ধ্বংস…

আৰক্ষীলৈ গ্ৰেণেড নিক্ষেপঃ গুৰুতৰভাৱে আহত এজন, ব্যৱসায়ীক প্ৰতিষ্ঠান ধ্বংস…

author-image
asomiyapratidin
New Update
আৰক্ষীলৈ গ্ৰেণেড নিক্ষেপঃ গুৰুতৰভাৱে আহত এজন, ব্যৱসায়ীক প্ৰতিষ্ঠান ধ্বংস…

  • জন্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।
  • শ্ৰীনগৰত এটা আৰক্ষীদলক আক্ৰমণৰ লক্ষ্য কৰি ল'লে সন্ত্ৰাসবাদীয়ে।
  • আৰক্ষীৰ দলৰ ওপৰত নিক্ষেপ কৰিলে হেণ্ড গ্ৰেণেড।
  • আৰক্ষীয়ে জনোৱা মতে এই ঘটনা শ্ৰীনগৰৰ পুৰণি নোহোট্টা অঞ্চলত সংঘটিত হৈছে।
  • এই আক্ৰমণৰ ফলত এজন আৰক্ষীৰ বিষয়া আহত হৈছে।
  • আহত আৰক্ষী বিষয়াজনক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।
  • আনহাতে এই আক্ৰমণৰ ফলত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতি হৈছে।
Jammu Kashmir