মৰিয়নিৰ চেলেংহাটত সোপাধৰাৰ আতংক ।
সোপাধৰাৰ সন্দেহত আক্রমণ এজনক ।
আক্রমণ বৈছাহাবি গাঁওৰক্ষী বাহিনীৰ সভাপতি জীতেন নায়কক ।
আক্রমণৰ লগত ৰঘুনাথ কন্ধ নামৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ ।
ঘটনাক কেন্দ্র কৰি চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ।
আক্রমণত জড়িত ১৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ।