New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- জামুগুৰিহাটৰ পেট্ৰল পাম্পৰ সমীপৰ বাইপাছ চাৰিআলিত সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা।
- স্কুটী আৰোহী এগৰাকী যুৱতীক মহতিয়াই নিলে এখন ব'লেৰ বাহনে।
- গুৰুতৰভাৱে আহত যুৱতীগৰাকীৰ নাম প্ৰিন্সিপালকি বৰুৱা।
- সংকটজনক অৱস্থাত যুৱতীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
- যুৱতীগৰাকী ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী
- লগতে তেওঁ মহাবিদ্যালয়খনৰ আলোচনী বিভাগৰ সম্পাদিকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us