বোকাজান নগৰৰ ২নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড

বোকাজান নগৰৰ ২নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। ২নং ৱাৰ্ডৰ চন্দ্ৰপুৰত নিশা সংঘটিত হয় অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • বোকাজান নগৰৰ ২নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড।
  • ২নং ৱাৰ্ডৰ চন্দ্ৰপুৰত নিশা সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ড সম্পূৰ্ণৰূপে ভস্মীভূত মিনেশ্বৰ গৈগৰ এটা বাসগৃহ।
  • ৰন্ধন গেছ বিস্ফোৰণ ঘটাত অধিক ভয়ংকৰ হৈ পৰে পৰিৱেশ।
  • অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিৰ্বাপন কৰে জুই।
  • আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আৰম্ভ কৰে উদ্ধাৰ অভিযান।
  • অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক ।
  • বৰ্তমনালৈ জানিব পৰা হোৱা নাই জুই সূত্ৰপাতৰ কাৰণ।
বোকাজান আৰক্ষী বোকাজান