New Update
/asomiyapratidin/media/media_files/2026/02/21/173-2026-02-21-08-47-11.jpg)
- নিশা নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড ।
- বিদ্যুতৰ তাঁৰ ছিঙি ভস্মীভূত হয় বাসগৃহ।
- জুই লেলিহান শিখাৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়ালটোৰ কেইবাজনো সদস্য ।
- নগাঁও চহৰৰ সমীপৰ মাহৰুল ভোটাইআটিত সংঘটিত হৈছে এই ঘটনা।
- ফাৰুক শ্বেখ নামৰ লোকজনৰ ঘৰত নিশা বিদ্যুতৰ তাঁৰ ছিঙি জ্বলি উঠে বাসগৃহটো।
- পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও বাসগৃহটোৰ সকলো বয়-বস্তু জ্বলি চাই হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us