New Update
/asomiyapratidin/media/media_files/2026/01/03/579-2026-01-03-09-48-48.jpg)
- জামুগুৰিহাটৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
- ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰাৰ ফলত মৃত্যু হৈছে এজনৰ।
- মৃত্যু হোৱা ৰোগীজনৰ নাম এইপৰ্যন্ত জানিব পৰা হোৱা নাই।
- এম্বুলেন্সখনে বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীৰ পৰা তেজপুৰ মেডিকেল কলেজলৈ ৰোগী কঢ়িয়াই আনিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us