পাতলৰচুকৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা

জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহতসকলৰ ভিতৰত দুই যুৱক আৰু এগৰাকী মহিলা আছিল ৷

author-image
Asomiya Pratidin
New Update
696
  • জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷ 
  • AS-32-1580 স্কুটিৰ চালক আৰু AS-32-5447 নম্বৰৰ পালচাৰ বাইকৰ দুই আৰোকীক মহতিয়াই নিলে অচিনাক্ত বাহনে ৷
  • গুৰুতৰভাৱে আহত তিনিজন।
  • তিনিওকে সংকটজনক অৱস্থাত ১০৮ ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ ৷
  • গুৰুতৰভাৱে আহতসকলৰ ভিতৰত দুই যুৱক আৰু এগৰাকী মহিলা আছিল ৷
  • আহত স্কুটি চালকগৰাকী জামুগুৰিহাটৰ জমিদাৰীচুকৰ ৰাজ নাথ বুলি জানিব পৰা গৈছে ৷
  • পালচাৰখনৰ আৰোহী যুৱক আৰু মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷
ৰাষ্ট্ৰীয় ঘাইপথ