New Update
/asomiyapratidin/media/media_files/2025/07/27/new-ap-web-1-18-2025-07-27-13-39-33.jpg)
দুৰ্বৃত্তই ভাঙিলে সীমান্তৰ পিলাৰ, তহিলং কৰিলে অসমীয়াৰ কৃষিভূমি
- পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত উত্তেজনা
- মেঘালয়ৰ লাপাং-আপৰ খাচিয়া দুৰ্বৃত্তই ভাঙিলে সীমান্তৰ পিলাৰ
- তাপাত কেন্দ্রই নিৰ্মাণ কৰিছিল এই পিলাৰটো
- দুই ৰাজ্যৰ সীমাৰ এটি জুৰিত স্থাপন কৰা হৈছিল পিলাৰটো
- দুদিন পূৰ্বে অসমৰ কৃষিভূমিৰ ধানখেতি উভালি তহিলং কৰে খাচিয়া দুৰ্বৃত্তই
- সম্প্ৰতি অসম-মেঘালয় সীমান্তত বিৰাজ কৰিছে চেপা উত্তেজনাই