/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
কৰ্তব্যৰ পৰা ঘৰলৈ উভতাৰ পথত যুৱতীক অশ্লীল ইংগিত দুই লম্পটৰ.. EI MUHURTAR KHABAR
মহানগৰীৰ ৱায়াৰলেছত সৃষ্টি হৈছে উত্তেজনা।
দুই যুৱতীক অশ্লীল ইংগিত দুই লম্পটৰ।
কৰ্মস্থলীৰ পৰা উভতি আহিছিল দুই যুৱতী।
প্রত্যক্ষদৰ্শীৰ তৎপৰতাত এজন যুৱকক আটক।
ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এজন যুৱকে।
ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী।
আৰক্ষীে আটক কৰে যুৱকজনক।
ক্লিক কৰি পঢ়কঃ ৰেগিং নিৰাময়ৰ দাবী জ্যেষ্ঠ নাগৰিকৰ...