New Update
/asomiyapratidin/media/media_files/2025/07/12/gfgfgfgg-2025-07-12-11-12-44.jpg)
- গোৱালপাৰাৰ পাইকানৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি়
- উচ্ছেদস্থলীত এজন কৃষকৰ আত্মহত্যাৰ চেষ্টা
- আত্মহত্যাৰ চেষ্টা চলোৱা কৃষকজনৰ নাম ফাইজুল হক
- ফাইজুল হকক সম্প্ৰতি চিকিৎসালৈ প্ৰেৰণ কৰিছে
- ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ
- উচ্ছেদস্থলীক 'মানৱতাৰ বধ্যভূমি' আখ্যা বিধায়ক গৰাকীৰ