New Update
/asomiyapratidin/media/media_files/2025/03/02/SIduDwZgqSDLGX4bw2mE.jpg)
জামুগুৰিহাটৰ চিতলমাৰীত উত্তপ্ত পৰিস্থিতি
- জামুগুৰিহাটৰ চিতলমাৰীত উত্তপ্ত পৰিস্থিতি।
- বনকৰ্মী আৰু ৰাইজৰ মাজত প্ৰচণ্ড সংঘাত।
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ভিতৰত মাছ ধৰাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ।
- ৰাইজৰ আক্ৰমণত চূৰ্ণ বিচূৰ্ণ ডি এফ অ’ৰ বলে'ৰ বাহন।
- বনকৰ্মীৰ প্ৰহাৰত আহত এগৰাকী মহিলা।
- ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।