শোকাবহঃ চাইকেল চলাই গৈ থকাৰ সময়তে ব্ৰজপাতৰ ফলত নিহত কিশোৰ...

lanka
lanka
  • লংকাৰ উদালীত শোকাবহ ঘটনা।

  • ব্ৰজ পৰি নিহত এটি কিশোৰ।

  • চাইকেল চলাই গৈ থকাৰ সময়তে সংঘটিত হয় এই অঘটন।

  • নিহত কিশোৰটোৰ বয়স প্ৰায় ১৪ বছৰ।

  • জানিব পৰা মতে কিশোৰটোৰ ঘৰ লংকাৰ উদালীৰ লংকাজান গাঁৱত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in