বিশিষ্ট চাহ খেতিয়ক সত্যজিৎ বৰদলৈ লৈ শ্ৰদ্ধাঞ্জলি খেতিয়ক সন্থাৰ...

খেতিয়ক গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন আৰু মাল‍্যাপৰ্ণ কৰে খেতিয়ক সকলে

author-image
Asomiya Pratidin
New Update
বিশিষ্ট চাহ খেতিয়ক সত্যজিৎ বৰদলৈ লৈ 
 শ্ৰদ্ধাঞ্জলি খেতিয়ক সন্থাৰ...

চাহ খেতিয়ক সত্যজিৎ বৰদলৈ লৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, মথুৰাপুৰঃ অসমৰ এগৰাকী বিশিষ্ট চাহ খেতিয়ক হিচাপে পৰিচিত প্ৰয়াত সত্যজিৎ বৰদলৈক সুঁৱৰি শুকুৰবাৰে মথুৰাপুৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শ্ৰদ্ধাঞ্জলি উপলক্ষে আজি সন্ধিয়া মথুৰাপুৰ সদৰ তিনিআলিৰ মাজমজিয়াত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূৱ-শিলাকূটি আৰু ধোপাবৰ আঞ্চলিক সমিতিয়ে বিশিষ্ট চাহ খেতিয়ক গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনে বন্তি প্ৰজ্বলন আৰু মাল‍্যাপৰ্ণ কৰে।

Advertisment

উল্লেখ্য যে,চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ উদয়পুৰত যোৱা ২ নৱেম্বৰত সংঘটিত এক আকস্মিক দুৰ্ঘটনাত বিশিষ্ট চাহ খেতিয়ক তথা সৃষ্টি চাহ ফেক্টৰীৰ  স্বত্বাধিকাৰী সত্যজিৎ বৰদলৈয়ে প্ৰাণ হেৰুৱাইছিল ৷

আৰু পঢ়কঃ সোণসেৰীয়া স্মৃতি ৰোমন্থনেৰে জীপাল কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী...

assam tea charaideu