/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-14-59-17.jpg)
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ চেলাপাচত সংঘটিত শোকাৱহ দুৰ্ঘটনা। চেলাপাচ হ্ৰদৰ বৰফত ডুব গ'ল তিনিজনকৈ পর্যটক।ইপিনে সেনাই আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
/asomiyapratidin/media/post_attachments/1992b82f-faf.png)
উল্লেখ্য যে, এই ঘটনাত এজনক জীৱন্তে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে বাকী দুগৰাকী পৰ্যটকৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰে। বর্তমানেও এজন সন্ধানহীন হৈ আছে । এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে পৰ্যটকৰ দলটোৱে চেলা হ্ৰদৰ পাৰত ফটো তুলিবলৈ আৰু সৌন্দৰ্য উপভোগ কৰিবলৈ ৰৈছিল।
/asomiyapratidin/media/post_attachments/99b23ca8-eee.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us