New Update
/asomiyapratidin/media/media_files/2024/12/31/d0BlFQQV79ZxVpRrvqFP.jpg)
অৱসৰপ্ৰাপ্ত শিশু ৰোগ বিশেষজ্ঞ আৰু বৰপেটা জিলাৰ যুটীয়া সঞ্চালক ড. তৰুণ চন্দ্ৰ তালুকদাৰৰ দেহাৱসান। Photograph: (অৱসৰপ্ৰাপ্ত শিশু ৰোগ বিশেষজ্ঞ আৰু বৰপেটা জিলাৰ যুটীয়া সঞ্চালক ড. তৰুণ চন্দ্ৰ তালুকদাৰৰ দেহাৱসান। )
- অৱসৰপ্ৰাপ্ত শিশু ৰোগ বিশেষজ্ঞ আৰু বৰপেটা জিলাৰ যুটীয়া সঞ্চালক ড. তৰুণ চন্দ্ৰ তালুকদাৰৰ দেহাৱসান।
- ৩০ডিচেম্বৰ, ২০২৪ তাৰিখে গুৱাহাটীৰ কাহিলীপৰাৰ নবাৰুন পঠৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয় তালুকদাৰৰ।
- তালুকদাৰৰ জন্ম হৈছিল ১৯৫২চনৰ ১জুলাইত।
- তালুকদাৰৰ মৃত্যুত বৰপেটাৰ লগতে কাহিলীপাৰাত শোকৰ ছাঁ।