বিশিষ্ট সাহিত্যিক তৰেণ বড়ো আৰু নাই...

বিশিষ্ট সাহিত্যিক তৰেণ বড়ো আৰু নাই। মহানগৰীৰ উইন্ট্ৰ'ৱ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
taren
  • বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়ো আৰু নাই
  • মহানগৰীৰ উইন্ট্ৰ'ৱ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে
  • শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়োৱে

WhatsApp Image 2026-02-14 at 3.53.21 PM

  • সাহিত্য একাডেমীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল তৰেণ বড়ো
  • বড়ো সাহিত্য সভাৰ দুবাৰকৈ সভাপতি আছিল তেওঁ
  • বড়ো ভাষাৰ লগতে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰিছিল বড়োৱে

WhatsApp Image 2026-02-14 at 3.53.20 PM (1)

  • বহু কেইখন গ্ৰন্থৰে সমৃদ্ধ কৰিছিল বড়ো ভাষাৰ সাহিত্য ক্ষেত্ৰখন
  • ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰো চাকৰিয়াল আছিল তৰেণ বড়ো

WhatsApp Image 2026-02-14 at 3.53.20 PM

বড়ো