মিঞা সংগ্ৰাহালয় উদ্বোধন কৰি বিপদত তনু ধাদুমীয়া

মিঞা সংগ্ৰাহালয় উদ্বোধন কৰি বিপদত তনু ধাদুমীয়া
  • মিঞা সংগ্ৰাহালয় উদ্বোধন কৰি বিপদত পৰিল তনু ধাদুমীয়া

  • সোমবাৰে মিঞা সংগ্ৰাহালয়ৰ ফিটা কাটি উদ্বোধন কৰিছিল তনু ধাদুমীয়াই

  • তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ছীল কৰা হৈছিল সংগ্ৰাহালয়টো

  • মঙলবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তনু ধাদুমীয়াক

  • নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰূপে কৰ্মৰত আছিল তনু ধাদুমীয়া

  • ডিব্ৰুগড় সদৰ থানাত চলোৱা হৈছে জেৰা

  • অসম মিঞা পৰিষদৰ সভাপতিকো গ্ৰেপ্তাৰ

  • লক্ষীমপুৰৰ পৰা গ্ৰেপ্তাৰ সভাপতি এম মহৰ আলিক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in