/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/pisiqw64/AP-FOR-WEB-1.png)
পুনৰ উত্তাল চামগুৰি
উদমাৰী চাহ বাগিছা এলেকাত তাঞ্জিল হুছেইনৰ বাহনত আক্ৰমণ
দুৰ্বৃত্তৰ আক্ৰমণত চূৰমাৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বাহন
বাহনলৈ শিল দলিওৱাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা
মোক জীয়াই থাকিবলৈ দিয়ক বুলি মুখ্যমন্ত্ৰীক আহ্বান তাঞ্জিলৰ
লগে লগে থানাৰ সন্মুখত কংগ্রেছ-বিজেপি সমৰ্থকৰ সংঘাত
এফালে ৰকিবুল গ’ বেক ধ্বনি, আনফালে বিজেপি গ’ বেক ধ্বনি
ৰকিবুল হুছেইন, শিৱামণি বৰা, নুৰুল হুদাৰ সন্মুখতে প্রতিবাদ বিজেপি কৰ্মীৰ
ৰাষ্ট্রীয় ঘাইপথৰ মাজতে বহি প্রতিবাদ সাব্যস্ত সাংসদ ৰকিবুল হুছেইনৰ
Also Read: পশ্চিম মায়ঙৰ দীঘলআটীত জগদ্ধাত্ৰী পূজা উদযাপন