New Update
/asomiyapratidin/media/media_files/2025/06/30/1sd-2025-06-30-17-14-27.jpg)
- টংলাৰ ডাবল মাৰ্ডাৰ ঘটনাৰ ৰায়দান।
- ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে প্ৰদান কৰে গুৰুত্বপূৰ্ণ ৰায়দানটো।
- হত্যাকাৰী ককায়েক নীৰজ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ।
- ২০২৪ চনৰ ২০ ডিচেম্বৰত সংঘটিত হৈছিল হত্যাকাণ্ডটো।
- টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ দুই ছাত্ৰ প্ৰথমে নিৰুদ্দেশ, তাৰ পিছত হত্যাৰ বলি হৈছিল।
- পিছদিনা হাবিৰ মাজত উদ্ধাৰ হৈছিল দুই ছাত্ৰৰ তেজেৰে লুতুৰি হোৱা মৃতদেহ।
- ঘটনা সন্দৰ্ভত সতীয়া ককায়েক নীৰজ শৰ্মাৰ ওপৰত ওপজিছিল সন্দেহ।
- অভিযুক্ত নীৰজ শৰ্মাক আৰক্ষীয়ে কৰা জেৰাত তেখেতে ঘটনাটো স্বীকাৰ কৰিছিল।
- দুই ভাতৃক হত্যাৰ অপৰাধত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে।