New Update
/asomiyapratidin/media/media_files/2025/11/29/image-4-2025-11-29-21-26-55.png)
- তামাৰহাটত ভূমি কেন্দ্ৰিক সংঘাত
- দুই পক্ষৰ মাজত আক্ৰমণ প্ৰতি আক্ৰমণ
- চোকা অস্ত্ৰৰ আক্ৰমণত দুই ফৈদৰ মাজৰ তিনিজন গুৰুতৰভাৱ আহত
- ঘটনাত আহত জলিল শ্বেখ, আব্দুল মজিত শ্বেখ আৰু ছাদেক আলী
- তিনিওকে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি
- ভূমি ডোখৰত নিৰ্মাণ কৰা গৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ
- ইয়াৰে ভিতৰত এজনৰ অৱস্থা সংকটজনক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us