দিল্লীলৈ নিব জুবিন গাৰ্গৰ চিতা ভষ্ম...

কাইলৈ দিল্লী পোৱাৰ সম্ভাৱনা জুবিন গাৰ্গৰ চিতা ভষ্ম। অসম এচছিয়েচন দিল্লীৰ সম্পাদক সুশুভন তালুকদাৰে জনালে এই কথা।

author-image
Asomiya Pratidin
New Update
406
  • দিল্লীলৈ জুবিন গাৰ্গৰ চিতা ভষ্ম লৈ নিয়াৰ ব্যৱস্থা।
  • শঙ্কৰদেৱ ভৱনত দিল্লীবাসী জুবিন অনুৰাগীৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰখা হ'ব চিতা ভষ্ম।
  • সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত হৰিদ্বাৰলৈ লৈ গৈ গঙ্গাত বিসৰ্জন দিয়া হ'ব চিতা ভষ্ম।
  • কাইলৈ দিল্লী পোৱাৰ সম্ভাৱনা জুবিন গাৰ্গৰ চিতা ভষ্ম।
  • অসম এচছিয়েচন দিল্লীৰ সম্পাদক সুশুভন তালুকদাৰে জনালে এই কথা।
জুবিন গাৰ্গ