বৰহোলা হংসধ্বনি চ’চিঅ’ কালচাৰেল ফাউণ্ডেচনৰ উদ্যোগত তবলা বাদনৰ কৰ্মশালা

বৰহোলা হংসধ্বনি চ’চিঅ’ কালচাৰেল ফাউণ্ডেচন বৰহোলাৰ উদ্যোগত আৰু বৰহোলা হংসধ্বনি সংগীত বিদ্যালয়ৰ সৌজন্যত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তবলা কৰ্মশালা

author-image
Asomiya Pratidin
New Update
414

ডিজিটেল সংবাদ,ঘিলাধাৰী : বৰহোলা হংসধ্বনি চ’চিঅ’ কালচাৰেল ফাউণ্ডেচন বৰহোলাৰ উদ্যোগত আৰু বৰহোলা হংসধ্বনি সংগীত বিদ্যালয়ৰ সৌজন্যত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তবলা কৰ্মশালা ৷ কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী কলকাতাৰ সুব্ৰত মান্না উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব৷

Advertisment

সেই উদ্দেশ্য পহিলা দিনা বন্তি প্ৰজ্বলন আৰু উদ্ধোধনী সভাৰে কাৰ্যসূচী আৰম্ভ হয়৷ কৰ্মশালাত অঞ্চলটোৰ ভালেসংখ্যক কণ কণ ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কৰ্মশালা