New Update
/asomiyapratidin/media/media_files/2024/12/15/pMNbS05fjXt9X8kB25QX.jpg)
- বিশ্ববিখ্যাত তবলাবাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান
- আমেৰিকাৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তবলা বাদক গৰাকীৰ
- ৭৩ বছৰত বয়সত ছান ফ্ৰান্সিস্কোৰ হাস্পতালত মৃত্যু পদ্ম বিভূষণ জাকিৰ হুছেইনৰ
- বিগত কেবাদিনে হৃদৰোগত আক্ৰান্ত হৈ আছিল তবলাবাদক গৰাাকীক
- যোৱা সপ্তাহত শৰীৰৰ অধিক অৱনতি হোৱাত চিকিৎসালয়ত ভৰ্তি কৰাইছিল জাকিৰ হুছেইনক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us