/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f11ffe65-1aef-4890-ab6f-3aa5e750f764/WhatsApp_Image_2022_10_23_at_5_38_34_PM.jpeg)
ডিজিটেল ডেস্ক: টি-২০ বিশ্বকাপৰ প্ৰথম খন মেচত ভাৰতীয় ক্ৰিকেট দলৰ জয়লাভ। পাকিস্তানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ ভাৰতৰ জয়লাভ ।
প্ৰথমে পাকিস্তানে বেটিং কৰি ১৬০ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতীয় ক্ৰিকেট দলটোক। তাৰপাছতে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই লক্ষ্য পূৰণ কৰি জয়লাভ কৰিবলৈ সক্ষম হয়।
শ্বাসৰুদ্ধকাৰ মেচখনত বিৰাট কোহলীৰ খেলে মোহিত কৰে দৰ্শকক। ৫৩ টা বলত ৮২ ৰাণ কৰি কোহলিয়ে খেল খনক অন্য এক গতি প্ৰদান কৰে।