পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এচিএছ বিষযা নূপুৰ বৰা

পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এচিএছ বিষযা নূপুৰ বৰা। কিছুসময় পূৰ্বে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।

author-image
Asomiya Pratidin
New Update
56uy754tqr
  • পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰা
  • কিছুসময় পূৰ্বে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক
  • মালিগাঁৱৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে নূপুৰ বৰাক
  • গ্রেপ্তাৰ কৰি CM ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হ’ব নূপুৰক
  • দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিষয়াগৰাকী
  • পূৰ্বে ভূমি জালিয়তি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা
  • নূপুৰ বৰাৰ বাসগৃহত চলিছিল চিএম ভিজিলেন্সৰ অভিযানত
  • অভিযানত উদ্ধাৰ হৈছিল কোটি টকাৰ নগদ ধন, সোণ-হীৰাৰ অলংকাৰ
  • নিলম্বিত হৈ আছিল ৰাজহ চক্ৰ বিষয়াগৰাকী
নূপুৰ বৰা