New Update
/asomiyapratidin/media/media_files/2026/02/07/1-2026-02-07-10-32-03.jpg)
- মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি
- নিহতৰ ভিতৰত ৮জন শ্ৰমিক অসমৰ বুলি চিনাক্ত
- কয়লা খনিটোত এতিয়াও বহু শ্রমিক আবদ্ধ হৈ থকাৰ সন্দেহ
- ঘটনাত কাছাৰৰ কাটিগড়াৰ ৬ শ্ৰমিকৰ মৃত্যু
- শ্রীভূমি,হাইলাকান্দিৰ এজনকৈ শ্ৰমিকৰ মৃত্যু
- বর্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান
- নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা
- চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে ৭জন শ্রমিকে
- অবৈধ কয়লা খনিৰ ২ মালিকক গ্ৰেপ্তাৰ
- ৩ দিনৰ আৰক্ষী জিম্মাত ফর্ম ছাইৰমাং,শ্বমেহী ৱাৰ
/asomiyapratidin/media/post_attachments/c3b5c696-e06.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us