সোণাপুৰত সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক

বাৰঘৰীয়াত দুজন সন্দেহযুক্ত নাগৰিকক আটক স্থানীয় ৰাইজৰ ,দালালৰ হাতত ২০হাজাৰ টকা দি ভাৰতত প্রৱেশ কৰিছিল দুয়োজনে, দুয়োৰে ঘৰ বাংলাদেশৰ চিলেট জিলাত...

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ
  • সোণাপুৰত সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক।
  • বাৰঘৰীয়াত দুজন সন্দেহযুক্ত নাগৰিকক আটক স্থানীয় ৰাইজৰ।
  • ৰাইজে আটক কৰে মহম্মদ মুন্নান মিঞা, মহম্মদ আব্দুল টাহিভক।
  • দুয়োৰে ঘৰ বাংলাদেশৰ চিলেট জিলাত।
  • দালালৰ হাতত ২০হাজাৰ টকা দি ভাৰতত প্রৱেশ কৰিছিল দুয়োজনে।
  • জনৈক বাবু নামৰ এজন চালকক লগ কৰিবলৈ উপস্থিত হৈছিল সোণাপুৰত।
  • পিছত সোণাপুৰ আৰক্ষীয়ে আটক কৰে দুয়োজনকে।
Assam police