নেপালৰ অন্তৰ্ৱৰ্তী প্রধানমন্ত্রী হিচাপে শপত ল’লে সুশীলা কাৰ্কিয়ে

সুশীলা কাৰ্কিৰ সৈতে আৰু দুগৰাকী কেবিনেট মন্ত্রীয়ে ল’লে শপত। কাঠমাণ্ডুৰ শীতল নিৱাসত অনুষ্ঠিত হয় শপতগ্রহণ অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
323
  • নেপালৰ অন্তৰ্ৱৰ্তী প্রধানমন্ত্রী হিচাপে শপত ল’লে সুশীলা কাৰ্কিয়ে।
  • নেপালৰ প্রথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে শপতগ্রহণ সুশীলা কাৰ্কিৰ।
  • সুশীলা কাৰ্কিৰ সৈতে আৰু দুগৰাকী কেবিনেট মন্ত্রীয়ে ল’লে শপত।
  • কাঠমাণ্ডুৰ শীতল নিৱাসত অনুষ্ঠিত হয় শপতগ্রহণ অনুষ্ঠান।
  • শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্রপতি ৰামচন্দ্র পৌড়েলে।
নেপাল