New Update
- গণশিল্পী সূৰ্য্য দাস আৰু নাই।
- যোৱা চাৰিদিন ধৰি ধৰমতুলত আছিল শিল্পীগৰাকী।
- শনিবাৰে পুৱা স্নানাগাৰলৈ যাওতেই ষ্ট্ৰ’কত আক্ৰান্ত হয় শিল্পীগৰাকী।
- ততাতৈয়াকৈ তেওঁক লৈ যোৱা হয় অসামৰিক চিকিৎসাললৈ।
- চিকিৎসকে মৃত বুলি ঘোষণা কৰে গণশিল্পীগৰাকীক।
- বৰ্তমান তেওঁক মৰিগাঁও চিভিল হাস্পতালত ৰখা হৈছে।