/asomiyapratidin/media/media_files/2025/09/10/1-2025-09-10-21-39-03.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ খাদ্য,ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ শিৱসাগৰৰ কাৰ্যালয়ত আজি ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। অভিযানকাৰীয়ে ঘোচ লোৱা অৱস্থাত হাতে লোটে আটক কৰে বিভাগটোৰ অধীক্ষক নাগুইব খানক।
জানিব পৰা মতে, আটকাধীন খানক ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে কাৰ্যালয়ত সোধ-পোছ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটীলৈ লৈ অনা হয় নাগুইব খানক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us