New Update
/asomiyapratidin/media/media_files/2025/11/03/116-2025-11-03-18-47-07.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও নতুন বজাৰত ৰাইজে হাতে লোটে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া সৰবৰাহকাৰীটোৰ নাম ধন বৰা।
সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ, নগদ ধন আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ চক্ৰৰ সৈতে জড়িত আছিল ধৃত ধন বৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us