New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-06/y1gejlsz/sumi 6.jpg)
মেঘালয়তো চুমি-তাৰ্কিকৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে...
পলাতক চুমি-তাৰ্কিকৰ সন্ধান উলিওৱাত পুনৰ বিফল অসম আৰক্ষী
মেঘালয়ত অভিযান চলায়ো চুমি-তাৰ্কিকৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে
চেৰাপুঞ্জিত পোৱা গৈছিল চুমি বৰাৰ শেষ লোকেচন
মেঘালয় আৰক্ষীৰ সহযোগত বশিষ্ট আৰক্ষীয়ে চলাইছিল অভিযান
গোটেই নিশা চেৰাপুঞ্জিত অভিযান চলাইছিল আৰক্ষীয়ে