Advertisment

আকৌ চুমি-বিশালৰ ঠিকনা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ কোটি কোটি টকাৰ গৰাকী হৈছিল বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰা। ১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...
  • ঠিকনা সলনি হ'ল চুমি, বিশাল আৰু তাৰ্কিকৰ
  • ডিব্ৰুগড়লৈ লৈ স্থানান্তৰ চুমি,বিশাল,তাৰ্কিকক
  • বৰবৰুৱা থানা, দুলীয়াজান থানাৰ গোচৰত তিনিওকে নিয়া হ’ল ডিব্রুগড়লৈ
  • এতিয়াৰে পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিব চুমি,বিশাল আৰু তাৰ্কিক
  • ২৫ অক্টোবৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হৈছিল তিনিওকে
চুমি বৰা