'পাকিস্তান জিন্দাবাদ' লিখি জে'ললৈ শুকুৰ আলী

ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ শুকুৰ আলীয়ে ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ লিখাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য লিখি আপলোড দিছিল।

author-image
Asomiya Pratidin
New Update
শুকুৰ আলীক আটক

শুকুৰ আলীক আটক

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ চলি থকাৰ সময়তে শুকুৰ আলী নামৰ যুৱক জনক আটক কৰে ৰঙাপৰা আৰক্ষীয়ে। ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ শুকুৰ আলীয়ে ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ লিখাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য লিখি আপলোড দিছিল।

Advertisment

এনেধৰণৰ মন্তব্য পোষ্ট কৰাৰ পাছতে ৰঙাপৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে শুকুৰ আলিক সোধ-পোচ অব্যাহত ৰাখিছে।

ভাৰত-পাকিস্তান পাকিস্তান শুকুৰ আলি