New Update
/asomiyapratidin/media/media_files/2025/03/25/CCFXleqtcJR4E6RTLLA4.jpg)
- তিতাবৰৰ তৃতীয় অসম বাহিনীৰ শিবিৰত অঘটন।
- যোৱা সোমবাৰে বুলিন্দ্ৰ ভৰালী নামৰ এগৰাকী জোৱানে আত্মহত্যা কৰে ।
- জানিব পৰামতে জোৱানজনৰ মৃতদেহটো শিবিৰৰ কোৰ্ৱাটাৰৰ স্নানাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ।
- বুলিন্দ্ৰ ভৰালীৰ ঘৰ ডিব্ৰুগড়ত।
- অৱশ্যে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us