বিপদত পাকিস্তান, হঠাৎ‍ বিপদ সীমাৰ ওপৰেৰে বৈছে ঝেলুম নৈ

হঠাৎ‍ বিপদ সীমাৰ ওপৰেৰে বৈছে ঝেলুম নৈ। পুনৰ আন এক মহাবিপদত পাকিস্তান। হঠাৎ‍ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নৈখনৰ জলস্তৰ। পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত হাই এলাৰ্ট জাৰি।

author-image
Asomiya Pratidin
New Update
হঠাৎ‍ বিপদ সীমাৰ ওপৰেৰে বৈছে ঝেলুম নৈ

হঠাৎ‍ বিপদ সীমাৰ ওপৰেৰে বৈছে ঝেলুম নৈ

  • হঠাৎ‍ বিপদ সীমাৰ ওপৰেৰে বৈছে ঝেলুম নৈ
  • পুনৰ আন এক মহাবিপদত পাকিস্তান
  • হঠাৎ‍ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নৈখনৰ জলস্তৰ
  • পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত হাই এলাৰ্ট জাৰি
  • হাটিয়ানবালাতো জৰুৰীকালীন অৱস্থা জাৰি কৰিছে প্ৰশাসনে
  • মছজিদত ঘোষণাৰ জৰিয়তেও স্থানীয় ৰাইজক সকীয়াই দিছে
  • নিৰাপদ ঠাইত আশ্রয় লৈছে নৈপৰীয়া লোকসকল
  • ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে এই ঘটনা
Advertisment

 

ঝেলুম জম্মু কাশ্মীৰ কাশ্মীৰ