UPDATES: চুডানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৪৬লৈ বৃদ্ধি...

চুডানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মৃত্যুৰ লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে। দিনৰ ভাগত সংঘটিত হোৱা এই সামৰিক বিমানখনত থকা ১০গৰাকী লোক আহত হোৱাৰ খবৰ সদৰি কৰিছে শেহতীয়াকৈ।

author-image
Asomiya Pratidin
New Update
dimpul

ডিজিটেল ডেস্কঃ চুডানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মৃত্যুৰ লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে। দিনৰ ভাগত সংঘটিত হোৱা এই সামৰিক বিমানখনত থকা ১০গৰাকী লোক আহত হোৱাৰ খবৰ সদৰি কৰিছে শেহতীয়াকৈ।

Advertisment

বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

চুডানৰ ওমদুৰমান চহৰত সংঘটিত হোৱা এই দুৰ্ঘটনাত সামৰিক জোৱানৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু হৈছে। চুডানী সেনাৰ এক প্ৰতিবেদন অনুসৰি, ৱাডি ছায়েডনা উৰা মাৰিবলৈ গৈ সেনাবাহিনীৰ এন্টন'ভ বিমানখন দুৰ্ঘটনাত পতিত হয়। 

দুৰ্ঘটনা