New Update
/asomiyapratidin/media/media_files/2025/12/05/404-2025-12-05-00-00-49.jpg)
- তেজপুৰ বিশ্ববিদ্যালয়ৰ ৭০ দিনীয়া ছাত্ৰ আন্দোলনৰ সফল সমাপ্তি।
- বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙৰ স্থানত ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি।
- উপাচাৰ্য সিঙৰ দুৰ্নীতি- অনিয়মক লৈ দীঘলীয়া ছাত্ৰ আন্দোলনেই নহয়, লোকসভাতো বিষয়টো উত্থাপন হোৱাৰ পাছত বৃহস্পতিবাৰৰ নিশা তেওঁৰ স্থানত ভাৰপ্ৰাপ্ত উপাচাৰ্য নিয়োগৰ সিদ্ধান্ত লোৱা হয়।
- পূৰ্বে উপাচাৰ্য হিচাপে কাম কৰা জ্যেষ্ঠ অধ্যাপক ড০ ডি কে ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us