/asomiyapratidin/media/media_files/2025/07/21/rayosh-2025-07-21-12-38-31.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ খনামুখ অঞ্চলৰ বোকাগাঁৱৰ যুৱক ৰায়োছ মিলিৰ সাফল্য। মিলিয়ে ১৩ জুলাইত গুৱাহাটীৰ আই,আই,টি মাছখোৱাত স্পাৰ্কৰ উদ্যোগত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব'ত মিষ্টাৰ অসম২০২৫ৰ লগতে বেষ্ট উকৰ খিতাপ অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/21/whatsapp-image-2025-07-21-12-39-01.jpeg)
উল্লেখযোগ্য যে, খনামুখ বোকাগাঁৱৰ মণিকান্ত মিলি আৰু মনোমতী মিলিৰ একমাত্ৰ সন্তান ৰায়োছ মিলি। তেওঁৰ এই সফলতাৰ বাবে গৌৰৱান্বিত হৈ গাঁওবাসী ৰাইজৰ লগতে টি এম পি কে, এম এম কে আদি মিচিং সংগঠনসমূহে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us