পাথৰিঘাট আৰক্ষীৰ সাফল্য

আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ আৰু জালনোটসহ আটক দুই যুৱক। শনিবাৰে নিশা দেওমৰনৈৰ পৰা আটক কৰে দুজনক যুৱকক।

author-image
Asomiya Pratidin
New Update
ap web darrang
  • দৰঙৰ পাথৰিঘাট আৰক্ষীৰ বৃহৎ সাফল্য। 
  • আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ আৰু জালনোটসহ আটক দুই যুৱক।
  •  শনিবাৰে নিশা দেওমৰনৈৰ পৰা আটক কৰে দুজনক যুৱকক।
  • আটকাধীন যুৱক দুজন হৈছে- দেওমৰনৈ খাৰখোৱাপাৰাৰ জুমন বৰুৱা আৰু নাহৰবাৰীৰ সঞ্জয় নাথ।
  • দুই যুৱকৰ পৰা জব্দ কৰে এটা পিস্তল, দুখন পাঁচ শ টকীয়া জালনোট, জালনোট তৈয়াৰ কৰা এটা প্ৰিন্টাৰ মেচিন, ছটা ম'বাইল হেণ্ডচেট আৰু কেইবাখনো ছুৰী। 
  • দুয়োকে আটক কৰি  আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
অসম আৰক্ষী