New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- বকোত ড্রাগছৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষীৰ অভিযান।
- অভিযানত প্রায় কোটি টকা মূল্যৰ ১২১ গ্রাম হেৰ’ইন জব্দ।
- লগতে ৪টাকৈ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
- গুৱাহাটী-মানকাচৰ অভিমুখী এখন বলেৰ’ বাহনৰ পৰা জব্দ হেৰ’ইনখিনি।
- ধৃত আলী হুছেইন, ইবাত হুছেইন, আখিনুল ইছলাম, নুৰ আলমক আটক।
- অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us