বকোত পূৰ্ণাঙ্গ ক্ৰীড়াক্ষেত্ৰ নিৰ্মাণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান...

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত স্মাৰকপত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
বকোত পূৰ্ণাঙ্গ ক্ৰীড়াক্ষেত্ৰ নিৰ্মাণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান...

chandra mohon patowary

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত পূৰ্ণাঙ্গ ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ দাবীত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত মঙ্গলবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে ।

বকো ক্ৰীড়া সন্থাৰ সভাপতি আৰু সম্পাদকসহ ৫ জনীয়া দল এটাই অভিভাৱক মন্ত্ৰী গৰাকীক সচিবালয়ত প্ৰদান কৰে স্মাৰকপত্ৰ । বকো ক্ৰীড়া সন্থাৰ দলটোত আছিল ক্ৰমে - সভাপতি অৰ্জ্জুন চেত্ৰী , সম্পাদক সুমিত ৰাভা, উপ-সভাপতিদ্বয় প্ৰৱীন তালুকদাৰ, ৰজিত বড়ো আৰু কাৰ্যকৰী সদস্য পদ্মলোচন দাস ।

Chandra Mohan Patowary