/asomiyapratidin/media/media_files/2025/04/29/VwZ9VK2B7KBRtj2izu8N.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ দদৰা আৰক্ষীৰ তালাচীত নিশা এখন চাৰিচকীয়া বাহনত অহা ৩ সৰবৰাহকাৰীক আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰী সহ আটক কৰে। গোপনীয় খবৰ ভিত্তিত দ
লগতে ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ৰবুল আলী, হাউলী, কমল মিঞা, বৰপেটা, আব্দুল মজিদ। জব্দাকৃত ড্ৰাগছ খিনি শিলচৰৰ পৰা বৰপেটালৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে তালাচীত জব্দ কৰে। ঘটনা সন্দৰ্ভত দদৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।