কিয় শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল ইষ্ট লামডিং বিদ্যালয়ৰ শিক্ষাৰ্থী?

লামডিঙৰ ইষ্ট লামডিং বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদ। বিদ্যালয়খনলৈ প্ৰেৰণ কৰা ৰে'ল বিভাগৰ উচ্ছেদ জাননীৰ বিৰোধিতা শিক্ষাৰ্থীৰ। শিক্ষাৰ্থীসকলে হাতে প্লে-কাৰ্ড লৈ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰে প্ৰতিবাদ ।

author-image
Asomiya Pratidin
New Update
fsdfesdsd
  • শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিল লামডিং 
  • লামডিঙৰ ইষ্ট লামডিং বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদ
  • বিদ্যালয়খনলৈ প্ৰেৰণ কৰা ৰে'ল বিভাগৰ উচ্ছেদ জাননীৰ বিৰোধিতা শিক্ষাৰ্থীৰ
  • শিক্ষাৰ্থীসকলে হাতে প্লে-কাৰ্ড লৈ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰে প্ৰতিবাদ 
  • ১৯৫৩ চনৰ পৰা শিক্ষাদান কৰি আহিছে এই বিদ্যালয়খনে
  • বিদ্যালয়খনক ৰে'ল বিভাগে উচ্ছেদৰ জাননী প্ৰদান কৰাত চিন্তিত শিক্ষার্থী, শিক্ষক, অভিভাৱকসকল
  •  ঘটনাক লৈ লামডিং ইষ্ট লামডিং বিদ্যালয়ত জৰুৰী সভাৰো আয়োজন
লামডিং