/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
মহানগৰীৰ চানমাৰিত অঘটন।
এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল এগৰাকী যুৱতী।
অট্টালিকাৰ পৰা পৰা যুৱতীগৰাকীৰ নাম নাজৰিন চুলতানা।
সংকটজনক অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়লৈ প্রেৰণ।
জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ নগাঁৱৰ জাজৰিত।
চানমাৰিৰ এটা PGত আছিল যুৱতীগৰাকী।
জানিব পৰা মতে নাজৰিন আছিল গণসংযোগ আৰু সাংবাদিকতাৰ ছাত্ৰী।
অতি সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে ছাত্ৰীগৰাকীয়ে।