/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
-
গুৱাহাটী মহানগৰীত পুনৰ অঘটন।
-
নাৰেংগী বিদ্যামন্দিৰ স্কুলৰ তৃতীয় শ্রেণীৰ ছাত্রীৰ মৃত্যু।
-
মৃত ছাত্রীগৰাকীৰ নাম তৃষা আৰ কলিতা।
-
বিদ্যালয়ৰ প্রাৰ্থনাসভা চলি থাকোতে ঢলি পৰিছিল ছাত্রীগৰাকী।
-
লগে লগে ছাত্রীগৰাকীক ভৰ্তি কৰোৱা হয় প্রতীক্ষা হাস্পতালত।
-
হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে ছাত্রীগৰাকী।
-
তৃষা কলিতাৰ ঘৰ মহানগৰীৰ গীতামন্দিৰত।