মহানগৰীত অঘটন! প্ৰাৰ্থনা সভা চলি থাকোতেই ঢলি পৰিল ছাত্ৰী,মৃত্যু...

গুৱাহাটী মহানগৰীত পুনৰ অঘটন।
dangor kotha
dangor kotha
  • গুৱাহাটী মহানগৰীত পুনৰ অঘটন।

  • নাৰেংগী বিদ্যামন্দিৰ স্কুলৰ তৃতীয় শ্রেণীৰ ছাত্রীৰ মৃত্যু।

  • মৃত ছাত্রীগৰাকীৰ নাম তৃষা আৰ কলিতা।

  • বিদ্যালয়ৰ প্রাৰ্থনাসভা চলি থাকোতে ঢলি পৰিছিল ছাত্রীগৰাকী।

  • লগে লগে ছাত্রীগৰাকীক ভৰ্তি কৰোৱা হয় প্রতীক্ষা হাস্পতালত।

  • হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে ছাত্রীগৰাকী।

  • তৃষা কলিতাৰ ঘৰ মহানগৰীৰ গীতামন্দিৰত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in